Resolution of All Assam Federation of Veteran’s Association

প্ৰস্তাৱ গ্ৰহণ

তেজপুৰ স্থিত শ্ৰী শ্ৰীশঙ্কৰ মন্দিৰ অনুষ্ঠানত আজি ইং ০৫ জুন ২০২৩ তাৰিখে অনুষ্ঠিত সদৌ অসম ‘ফেডাৰেচন অব ভেটাৰানচ এচ’চিয়েচনচ’ (ALL ASSAM FEDERATION OF VETERAN’S ASSOCIATIONS) ৰ ২২খন জিলাৰ ২১৯জন প্ৰতিনিধিৰ উপস্থিতিত আৰু বাকী ১৩খন জিলাৰ সন্মতিত অনুষ্ঠিত প্ৰতিনিধি সভাত সৰ্ব্বসন্মতিৰে কৰা প্ৰস্তাৱ সমূহ:-

১নং প্ৰস্তাৱ:- আহ্বায়ক   Capt Lohit Ch Bhuyan দেৱৰ টেলিফোন যোগে অসমৰ ৩৫খন জিলাৰ Ex Servicemen Association ৰ উপদেষ্টা / সভাপতি/ সম্পাদক/ সদস্য সকলৰ লগত হোৱা কথা বতৰাৰে পোৱা সহমত আৰু ১০খন জিলাৰ ২০জন প্ৰতিনিধিকলৈ যোৱা ১৭/৫/২০২৩ তাৰিখে তেজপুৰস্থ এডুপুৰ ফাউণ্ডেচনৰ কাৰ্যালয়ত বহা সভাত কৰা আলোচনা মৰ্ম্মে অসমৰ মধ্যস্থান তেজপুৰত ৩৫ খন জিলাৰ প্ৰতিনিধি উপস্থিতিত আজি ০৫/০৬/২০২৩ তাৰিখে আয়োজন কৰা প্ৰথমখন সভাত ALL ASSAM FEDERATION OF VETERAN’S ASSOCIATIONS (সদৌ অসম ‘ফেডাৰেচন অব ভেটাৰানচ এচ’চিয়েচনচ্) নামাকৰণেৰে JCOs & OR সকলৰ এখন নতুন মঞ্চ গঠন কৰা হয় ।

২নং প্ৰস্তাৱ:- অসম চৰকাৰৰ “REGISTRATION OF SOCIETIES ACT XXI OF 1860″ত পঞ্জিয়নৰ জটিলতালৈ লক্ষ্য ৰাখি,Edupur Foundation, Non-Governmental Organization (NGO) Regd. under Section-8 MCA, Govt. of India, No: U85300AS 2022 NPL022893,NGO DARPAN regd. by NITI Aayog. No: AS/2022/0315062, PAN No: AAHCE0211H, Regd. Trade mark No: 4078328 by Intellectual Property Rights, 80G Pro. regd. No: AAHCE0211HF20221 by issued by Income Tax Department, Govt. of India ৰ অধীনত পঞ্জিয়ণ ভুক্ত তেজপুৰ স্থিত এডুপুৰ ফাউণ্ডেচনৰ পঞ্জিয়ন নম্বৰকে ব্যবহাৰ কৰি কামত আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

          উল্লেখ থাকে যে এডুপুৰ ফাউন্ডেচনৰ সঞ্চালক (ডাইৰেক্টৰ) শ্ৰীযুত অমিত ৰাজকোঁৱৰ এজন প্ৰাক্তন সৈনিকৰ সুযোগ্য সন্তান । তেখেতে বিগত ১০টা বছৰে তেওঁৰ NGOৰ লক্ষ্যৰ উপৰিও, প্ৰাক্তন সৈনিকৰ কল্যাণমূলক কাম, Local Army, KSB, RSB, ZSB আৰু শোণিতপুৰ জিলা প্ৰশাসন/ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু স্কুলসমূহৰ লগত সংযোগ স্থাপনেৰে কল্যাণমূলক আচনি ৰূপায়নত সহায় কৰি আহিছে।

2

৩নং প্ৰস্তাৱ:- ইতিমধ্যে সৰ্ব্বভাতীয় 100খন Ex-Servicemen Association লগ লাগি যোৱা ০৯/০৪/২০২৩ তাৰিখে Ex-Servicemen শব্দৰ ঠাইত Veterans আৰু Association শব্দৰ ঠাইত Federation শব্দ ব্যৱহাৰ কৰি FEDERATION OF VETERAN’S ASSOCIATIONS নামাকৰণেৰে JCOs & OR সকলৰ OROP-2 ৰ বিসংগতি দূৰীকৰণৰ মানসেৰে গঠন কৰি ধৰ্ণা কাৰ্যসূচী আগবঢ়াই নিয়াৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে আহ্বান কৰাৰ পৰিপেক্ষিতত অসমতো Federation শব্দ সংযোগ কৰি আৰু Ex-Servicemen শব্দৰ ঠাইত VETERAN শব্দ ব্যৱহাৰেৰে “ALL ASSAM FEDERATION OF VETERAN’S ASSOCIATION” নামাকৰণেৰে জিলা আৰু আঞ্চলিক পৰ্যায়লৈকে Ex-Servicemen Association ৰ ঠাইত District/ Anchalik Federation of Veteran’s Associations নামকৰণেৰে FVA, New Delhiৰ লগত সহযোগিতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

৪নং প্ৰস্তাৱ:- অসমৰ সমূহ জিলা/আঞ্চলিক Ex-Servicemen Association ৰ বেঙ্ক একাউণ্ট আৰু Rubber Stamp তো ওপৰত উল্লেখ কৰাৰ দৰে Federation শব্দ প্ৰয়োগ আৰু Ex-Servicemen ৰ ঠাইত Veterans শব্দ প্ৰয়োগেৰে  নাম সলনি (Bank accountৰ title Change) কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

৫নং প্ৰস্তাৱ:- ভূতপূৰ্ব্ব সৈনিক আৰু পৰিয়াল বৰ্গৰ(Army,Navy,Air Force) Digital data base তৈয়াৰ কৰাতো বৰ্ত্তমান যুগত অতি আৱশ্যক ও গুৰুত্বপূৰ্ণ কাৰ্য্য বুলি সকলো চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানে মান্যতা ও গুৰুত্ব দিছে । সেয়েহে Digital data base তৈয়াৰ কৰিবৰ কাৰণে সকলো জিলা ও আঞ্চলিকৰ বিষয়ববীয়া আৰু জিলা সৈনিক কল্যাণ বিষয়া সকলৰ সহযোগিতা আহ্বানৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। 

উল্লেখ থাকে যে AAFVA ৰ এই প্ৰচেষ্টাই DGR/KSB, DSW/RSB, ZSWO/ZSB, and Local Army/Stn- HQs সমূহৰ Data base উন্নিত কৰণতো সহায় হব ।

৬নং প্ৰস্তাৱ:- ভূমি ক্ৰয়/কাৰ্যালয় তথা সভা গৃহ নিৰ্মাণৰ ব্যৱস্থা:-

ক) অপ্ৰিয় যদিও সত্য যে অসমত আজি পৰ্য্যন্ত ভেটাৰানচ ভৱন/ কাৰ্যালয় নিৰ্মাণ কৰা দূ্ৰৰ কথা, আজি পৰ্য্যন্ত কোনো সভাত এই বিষয়ে আলোচনা কৰা দেখা নগল ।

খ) সদৌ অসম / সকলো জিলা আৰু আঞ্চলিক ভিত্তিত চৰকাৰী ভূমি আৱণ্টনৰ বাবে MP/MLA/District Administration ৰ লগত যোগাযোগ/ নিজৰ প্ৰচেষ্টাত ক্ৰয় কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

3

৭নং প্ৰস্তাৱ:-  Standard Operating Procedure ( SOP) :-

এটাঅনুষ্ঠান সুচাৰূপেপৰিচালনা কৰিবৰবাবে এখননিৰ্দ্ধা ৰিতপৰিচালনা নিয়মাৱলী (SOP) প্ৰয়োজন।সেয়েহেনৱগঠিত ALL ASSAM FEDERATION OF VETERAN’S ASSOCIATIONS (AAFVA) ৰক্ষেত্ৰতএখনখচৰা SOP সভাৰঅনুমোদনৰবাবেউপস্থা পনকৰাতসভাইসৰ্ব্বসন্মতিৰেগ্ৰহণকৰে।

৮নং প্ৰস্তাৱ:- পুঁজি সংগ্ৰহ :- ১৭/৫/২৩ তাৰিখৰ ১০খন জিলাৰ প্ৰতিনিধি সভাই আজিৰ (০৫/০৬/২০২৩) সভাখন সুচাৰূপে পৰিচালনাৰ বাবে প্ৰতি জিলাৰ পৰা ২০০০/-( দুই হাজাৰ টকা) বৰঙণি আৰু সভাখনৰ আহ্বায়ক/আদৰণী জিলা হিচাপে দ্বায়িত্ব দিয়াৰ বাবে বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ প্ৰতিখন আঞ্চলিকৰ পৰাও ২০০০/- (দুই হাজাৰ টকা ) টকা বৰঙণি আগবঢ়াবলৈ লোৱা প্ৰস্তাৱৰ অনুমোদন  জনোৱা হয় ।

৯নং প্ৰস্তাৱ:-  Opening of Bank Account:-

অসম চৰকাৰৰ REGISTRATION OF SOCIETIES ACT XXI OF 1860 মতে NGO Registration কৰিবলৈ যাওতে অসমৰ বহুত জিলা তথা আঞ্চলিকৰ বিষয় ববীয়াই উপৰোক্ত জটিলতা খিনি স্বীকাৰ কৰি Edupur Foundation ৰ Central Govt NGO Rgistration নম্বৰকে ব্যৱহাৰ কৰি ALL ASSAM FEDERATION OF VETERAN’S ASSOCIATIONS (AAFVA) নামত Saving Bank Account খোলাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। 

         উল্লেখ থাকে যে AAFVA ই এডুপুৰ ফাউণ্ডেচনৰ Central Registration ব্যৱহাৰৰ  বাবে কৰা অনুৰোধৰ ওপৰত এডুপুৰ ফাউণ্ডেচনৰ সঞ্চালকে অনুমতি প্ৰদান কৰিছে ।

১০নং প্ৰস্তাৱ:-  আজিৰ সভাই AAFVA   S B Account টো তেজপুৰ মিচন চাৰিআলি স্থিত SBI ত খোলাৰ প্ৰস্তাৱ সৰ্ব্বসন্মতিৰে গ্ৰহণ কৰা হয়।

১১নং প্ৰস্তাৱ:-  নতুন মঞ্চ, ALL ASSAM FEDERATION OF VETERAN’S ASSOCIATIONS (AAFVA) (সদৌ অসম ‘ফেডাৰেচন অব ভেটাৰানচ এচ’চিয়েচনচ্’) ৰ নামত Sub Maj Ranendra Borbora দেৱক পৰিচালক(Admin) হিচাপে দি খোলা “হোৱাটচ্এপ গ্ৰুপ”টোক আনুষ্ঠানিক অনুমোদনেৰে, ভৱিষ্যতেও চলাই নিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

4

১২নং প্ৰস্তাৱ:- ইয়াৰ উপৰিও সদনত উপস্থিত সদস্য  সকলে অনুভৱ কৰা জৰুৰী প্ৰস্তাৱ থাকিলে  উত্থাপন কৰিবলৈ অনুৰোধ কৰা হয় ।

১৩নং প্ৰস্তাৱ:- সভাপতি মহোদয়ে সদনত কৰা আহ্বান মৰ্ম্মে Sub Maj Soneswar Daimary দেৱে দাঙি ধৰা প্ৰস্তাৱ  অসমৰ Town Committee/Municipality Board ৰ ভিতৰত বসবাস কৰা ভেটাৰানচ/ পৰিয়াল বৰ্গৰ বাবে চৰকাৰে জাৰি কৰা আদেশ অনুসৰি Letter No UDD(M) 92/2022/37   dated 1st Feb 2023  মৰ্ম্মে কাৰ্য্যকৰি কৰণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

             জয় হিন্দ                              জয় ভাৰত

Sgt Dinesh Mahanta     Sub Maj Probul Kr Gogoi

President  General Secretory